Assamese ধৰ্মৰ নামত বিভাজন কৰি মুছলমানক খেদা, হিন্দুক ৰক্ষণাবেক্ষণ দিয়া এইবোৰ নচলিবঃ উৎপল শৰ্মা 'অসম বিদেশী মুক্ত হ'ব লাগিব'। 'ধৰ্মৰ নামত বিভাজন কৰি মুছলমানক খেদা, হিন্দুক ৰক্ষণাবেক্ষণ দিয়া এইবোৰ নচলিব'। 'অসমৰ মানুহ বুৰ্বক নহয়, অসমৰ মানুহে বুজি পায়'। উৎপল শৰ্মা।
Assamese অসমত প্ৰবল ভূমিকম্পৰ জোকাৰণি। ৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য। অসমত এক তীব্ৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। দেওবাৰে বিয়লি ৰাজ্যত অনুভূত ভূমিকম্পৰ জোকাৰণি। ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল ৫.৯। তেজপুৰ | উত্তৰ-পূৱ | অসম
Assamese মোদী আহিব অসমলৈ। মোদীয়ে কি কি দিব অসমক? উত্তৰ-পূৱৰ কোন ৰাজ্যত কি কি উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে? মোদীউত্তৰ-পূৱ যাত্ৰা। অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সুধাকণ্ঠৰ জন্মশতবাৰ্ষিকী অনুষ্ঠানত অংশ ল’ব মোদীয়ে। ১৪ ছেপ্তেম্বৰত মঙলদৈ আৰু নুমলীগড়ত মোদীৰ অনুষ্ঠান।
Assamese হিমাচলত দুৰ্যোগ, অসমৰ পিছত অৰুণাচলৰো ৫ কোটি টকাৰ অনুদান প্ৰাকৃতিক দুৰ্যোগত তচনচ হৈ পৰা হিমাচলক অসমৰ পিছত এইবাৰ সহায়ৰ হাত আগবঢ়ালে অৰুণাচল প্ৰদেশেও। অসম চৰকাৰে হিমাচলৰ দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে ৫ কোটি টকাৰ অনুদান মুখ্যমন্ত্ৰী পুঁজিৰ পৰা আগবঢ়োৱাৰ পিছত অৰুণাচল চৰকাৰেও আগবঢ়ালে সাহাৰ্য পুঁজি।
Assamese ৭০ হাজাৰ নিবনুৱাৰ বিপৰীতে মাত্ৰ আঢ়ৈ হাজাৰ খালী পদ, অসহায় মুখ্যমন্ত্ৰী মেঘালয়ত প্ৰতিবছৰে ৬৭,৫০০ নিবনুৱাৰ বাবে চাকৰিৰ অভাৱ। মুখ্যমন্ত্ৰীগৰাকীয়ে বিধানসভাত দিয়া তথ্য অনুসৰি প্ৰতিবছৰে মেঘালয়ত ৭০ হাজাৰ যুৱক-যুৱতীয়ে কৰ্মশক্তিত যোগদানৰ যোগ্যতা অৰ্জন কৰে। এই সংখ্যাৰ বিপৰীতে চৰকাৰে বছৰি মাত্ৰ ২৫০০ চাকৰিহে দিব পাৰে।
Assamese মণিপুৰলৈ যাব প্ৰধানমন্ত্ৰী! ৰাজ্যত বন্ধ ঘোষণা নিষিদ্ধ সংগঠনৰ ৰক্তক্ষয়ী সংঘাতৰ দুটা বছৰ ৪ মাহৰ পিছত মণিপুৰলৈ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীৰ শনিবাৰৰ প্ৰস্তাৱিত ভ্ৰমণৰ প্ৰাকক্ষণত ৰাজ্যবাসীলৈ বিশেষ আহ্বান ৬টাকৈ নিষিদ্ধ সংগঠনৰ সমন্বয়ক গোষ্ঠী কৰ্কমৰ।
Assamese ১৫ হাজাৰোধিক খালী পদক লৈ চলি থকা গোচৰত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ বিশেষ ৰায় ত্ৰিপুৰাৰ ১৫ হাজাৰোধিক খালী পদক লৈ চলি থকা গোচৰত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ বিশেষ ৰায়। বাওঁপন্থী চৰকাৰে আৰম্ভ কৰা ১৫,৫০০টা পদৰ বাবে সৃষ্টি হোৱা বিতৰ্কৰ মাজতে নিযুক্তি প্ৰক্ৰিয়াক স্বচ্ছ আৰু সাংবিধানিক বুলি অভিহিত কৰে সৰ্বোচ্চ ন্যায়ালয়ে।
Assamese আজিও অশান্ত নেপাল, অনুপ্ৰৱেশৰ আশংকাই খেদি ফুৰিছে ছিকিমক নেপালৰ ৰক্তক্ষয়ী সংঘাতৰ ভয়াৱহতা দেখি একাংশ নেপালী নাগৰিকে অনুপ্ৰৱেশৰ চেষ্টা চলাইছে ভাৰতত। অনুপ্ৰৱেশৰ আশংকাই খেদি ফুৰা ছিকিমে নেপাল সীমান্তৰ সকলো স্পৰ্শকাতৰ অঞ্চলত বৃদ্ধি কৰিছে তহল আৰু তালাচী।
Assamese 'বেজৰ নাকতে খৰ'... তেজপুৰত ৰক্ষক ৰূপী আৰক্ষী ল'লে ভক্ষকৰ ৰূপ তেজপুৰ খাকী পোচাকত লাগিল দাগ।ডকাইতি,ধন লুট মাৰপিট গুণ্ডামিত নামিল এইবাৰ তেজপুৰ আৰক্ষী। সদৌ অসম ছাত্ৰ সন্থাৰ বিস্ফোৰক অভিযোগ তেজপুৰ আৰক্ষীৰ বিৰুদ্ধে। (POLICE) উত্তৰ-পূৱ
Assamese গুৱাহাটীৰ বানপানী যেন এক নিৰৱচিন্ন গাথা যোৰাবাটৰ বান সমস্যা সমাধানৰ বাবে বছৰ বছৰ ধৰি দাবী উত্থাপন কৰি আহিছে সকলোৱে। কিন্তু যোৰাবাটৰ বান সমস্যা সমাধানৰ ক্ষেত্ৰত অৱশেষত মেঘালয়ৰ ওচৰত হাত দাঙিলে অসম চৰকাৰে। (Politics, Northeast, Assam)