Advertisment
Jyotishmoy Dutta

Jyotishmoy Dutta

ফিলিপাইনছত ভূমিকম্পৰ সংহাৰী ৰূপ
Assamese

ফিলিপাইনছত ভূমিকম্পৰ সংহাৰী ৰূপ

মঙলবাৰে নিশা ফিলিপাইনছৰ চেবুৰ উপকূলৰ ওচৰত অহা এক ৬.৯ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পই বিস্তৰ ক্ষতি সাধন কৰিছে। ভূমিকম্পত এতিয়ালৈকে কমেও ৬৯ জন লোকৰ মৃত্যু হৈছে।
2 Min read
জুবিনৰ মৃত্যুৰ সন্দৰ্ভত গৰীমা শইকীয়া গাৰ্গে বহুকেইটা প্ৰশ্ন উত্থাপন কৰিছে
Assamese

‘জুবিনৰ কেনেকৈ মৃত্যু হ’ল সকলো কথা মই জানিব লাগিব’ জুবিনৰ মৃত্যুক লৈ গৰিমা গাৰ্গৰ বহু প্ৰশ্ন.....

আজি জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ মাজতে জুবিনৰ মৃত্যুৰ সন্দৰ্ভত গৰীমা শইকীয়া গাৰ্গে বহুকেইটা প্ৰশ্ন উত্থাপন কৰিছে। জুবিনৰ মৃত্যুৰ তদন্তৰ বাবে গৰীমা গাৰ্গে এজেহাৰ দাখিল কৰিছে।
2 Min read
Bomb Threat at TVK Chief Vijay’s Chennai Home
অসম

টিভিকেৰ মুৰব্বী চি যোচেফ বিজয়ৰ ঘৰত বোমাৰ ভাবুকি, আৰক্ষীৰ বৃহৎ অভিযান

চেন্নাই আৰক্ষীয়ে দেওবাৰে এক বেনামী ফোন কল লাভ কৰিছিল, য'ত দাবী কৰা হৈছিল যে টিভিকেৰ মুৰব্বী তথা অভিনেতা চি যোচেফ বিজয়ৰ নীলংকৰাইৰ বাসগৃহত এটা বোমা স্থাপন কৰা হৈছে।
2 Min read
Ladakh movement: Fierce protests in Ladakh demanding state status and Sixth Schedule
Assamese

ৰাজ্যৰ মৰ্যাদা আৰু ষষ্ঠ অনুসূচীৰ দাবীত লাডাখত তীব্ৰ প্ৰতিবাদ

লাডাখত ৰাজ্যৰ মৰ্যাদা আৰু সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্তিৰ দাবীত চলা প্ৰতিবাদে হিংসাত্মক ৰূপ লৈছে, যাৰ ফলত কেইবাজনো লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হৈছে।
2 Min read
ASIA CUP WEB
Assamese

'জয়ৰ তিলক'! নৱমবাৰলৈ এছিয়া কাপৰ খিতাপ দখল কৰিলে ভাৰতে

৪১ বছৰৰ মূৰত এছিয়া কাপ ২০২৫ৰ ফাইনেলত ভাৰতৰ মুখামুখী হোৱা পাকিস্তান শোচনীয়ভাৱে পৰাস্ত হয়। এই বিজয়ৰ লগে লগে ভাৰতে নৱমবাৰৰ বাবে এছিয়া কাপৰ খিতাপ দখল কৰে। (এছিয়া কাপ)
3 Min read
BTC
অসম

৩ অক্টোবৰত বড়োলেণ্ড টেৰিট’ৰিয়েল কাউন্সিলৰ শপতগ্ৰহণ অনুষ্ঠান

বড়োলেণ্ড পিপলছ ফ্ৰণ্ট (BPF)ৰ নেতা হাগ্ৰামা মহিলাৰীয়ে প্ৰকাশ কৰিছে যে বড়োলেণ্ড টেৰিট’ৰিয়েল কাউন্সিলৰ (BTC) শপত গ্ৰহণ অনুষ্ঠান ৩ অক্টোবৰত অনুষ্ঠিত হ’ব।
1 Min read
বড়োলেণ্ড টেৰিট’ৰিয়েল কাউন্সিল নিৰ্বাচনৰ ৫ জিলাৰ ৪০ পৰিষদীয় সমষ্টিৰ ভোটগণনা
Assamese

বড়োলেণ্ড টেৰিট’ৰিয়েল কাউন্সিল নিৰ্বাচনৰ আজি ভোটগণনা। বিটিচিত কোনে উৰুৱাব বিজয়ধ্বজা ?

বড়োলেণ্ড টেৰিট’ৰিয়েল কাউন্সিল নিৰ্বাচনৰ ৫ জিলাৰ ৪০ পৰিষদীয় সমষ্টিৰ ভোটগণনা। ৩১৬ প্ৰাৰ্থীৰ ভাগ্য বন্দী কৰিছিল ভোটাৰে। এইবাৰ বিটিচি নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭৮.৪২%।
2 Min read
জুবিনৰ মৃত্যুৰ পাছত অসম আৰু ভৱিষ্যৎ
Assamese

জুবিনৰ মৃত্যুৰ পাছত অসম, ভৱিষ্যৎ আৰু সম্ভাৱনা...

জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ পিছত সমগ্ৰ অসম শোকস্তব্ধ হৈ পৰিছে। বিশেষ তদন্তকাৰী দল SIT-এ জুবিনৰ মৃত্যুৰ তদন্ত অব্যাহত ৰাখিছে।
2 Min read
NARENDRA MODI BIRTHDAY
Assamese

দেশজুৰি 'সেৱা পখৱাড়া' হিচাপে উদযাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ সংখ্যক জন্মদিন

সমগ্ৰ দেশত লগতে অসমতো আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ সংখ্যক জন্মদিন উলহ-মালহেৰে ভাৰতীয় জনতা পাৰ্টিয়ে 'সেৱা পখৱাড়া' হিচাপে এই দিৱস পালন কৰিব।
2 Min read
ৰাজ্যত প্ৰবল ভূমিকম্পৰ জোকাৰণি।  ৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য।
Assamese

অসমত প্ৰবল ভূমিকম্পৰ জোকাৰণি। ৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য।

অসমত এক তীব্ৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। দেওবাৰে বিয়লি ৰাজ্যত অনুভূত ভূমিকম্পৰ জোকাৰণি। ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল ৫.৯। তেজপুৰ | উত্তৰ-পূৱ | অসম
2 Min read
Advertisment