Assamese জুবিন আৰু এটা হাইঠা চৰাইৰ কাহিনী... জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত ক'ৰবাৰ পৰা এটা হাইঠা চৰাই আহি দুদিন ধৰি ৰৈ আছিল। সকলোকে আচম্বিত কৰি জুবিনৰ প্ৰতিচ্ছবিক নয়নভৰি চাই আছিল চৰাইটোৱে। তাৰ পিছতে হাইঠা চৰাইটোৱে ত্যাগ কৰিলে প্ৰাণ।
Assamese অসমৰ জনপ্ৰিয় অভিনেতা, সু-পৰিচালক গণেশ হাজৰিকা আৰু নাই জুবিন গাৰ্গৰ মৃত্যুৰ শোকৰ ছাঁ মাৰ নৌযাওঁতে পুনৰ অসমৰ সাংস্কৃতিক জগতত বৃহৎ ক্ষতি। অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ জনপ্ৰিয় অভিনেতাৰ গণেশ হাজৰিকাই ত্যাগ কৰিলে ইহসংসাৰ।
Assamese গুজৰাটৰ কেবিনেটত ব্যাপক ৰদ-বদল- ২৬জন নতুন মন্ত্ৰীৰ সংযোজন বিজেপি শাসিত গুজৰাটত ৰাজনৈতিক অস্থিৰতাই দেখা দিছে। ৰাজ্যখনৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ বাহিৰে কেবিনেটৰ সকলো সদস্যই পদত্যাগ কৰাৰ পিছত সৃষ্টি হৈছে চাঞ্চল্যৰ।
Assamese নেপালৰ পিছত এইবাৰ Gen Zৰ ধ্বংসলীলা মাডাগাস্কাৰত Gen Zৰ ভ্ৰষ্টাচাৰবিৰোধী আন্দোলনত মাডাগাস্কাৰৰ ৰাষ্ট্ৰপতি এন্দ্ৰি ৰাজ'য়েলিনা সোমবাৰৰ ৰাষ্ট্ৰ এৰি পলায়ন কৰিছে। পানী আৰু বিজুলী যোগানৰ দাবীত প্ৰথমে হৈছিল আন্দোলন।
অসম CJM আদালতত হাজিৰ কৰা হ'ব শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক আজি CJM আদালতত হাজিৰ কৰা হ'ব শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক। । জুবিন গাৰ্গৰ মৃত্যুৰ মূল অভিযুক্ত শ্যামকানু আৰু সিদ্ধাৰ্থ শৰ্মা ইয়াৰ পূৰ্বে ১৪ দিনৰ SITৰ জিম্মাত আছিল ।
শীৰ্ষ খবৰ বিহাৰ নিৰ্বাচনঃ NDAৰ আসন ভাগ-বতৰা চূড়ান্ত! NDAৰ আসন ভাগ-বতৰা চূড়ান্ত! আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা বা এন ডি এ (NDA)-ৰ আসন ভাগ-বতৰা চূড়ান্ত হ'ল।
Assamese ভাৰত-আফগানিস্তান বৈঠকক লৈ কূটনৈতিক বিতৰ্ক! ভাৰতৰ বৈদেশিক মন্ত্ৰী ড° এছ জয়শংকৰ আৰু আফগানিস্তানৰ বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তাকিৰ মাজত শেহতীয়াকৈ হোৱা গুৰুত্বপূৰ্ণ বৈঠকে কূটনৈতিক মহলত সৰৱ আলোচনাৰ সৃষ্টি কৰিছে।
Assamese পাকিস্তানত হিংসাত্মক প্ৰতিবাদঃ TLPৰ ‘গাজা মাৰ্চ’ৰ বাবে ইছলামাবাদত হাই-এলাৰ্ট গাজা ভূখণ্ডত হোৱা গণহত্যাৰ বিৰুদ্ধে আৰু মাৰ্কিন মধ্যস্থতাত হোৱা যুদ্ধবিৰতিৰ বিৰোধিতাৰে ইছলামিক সংগঠন তেহৰীক-ই-লাব্বাইক ‘গাজা মাৰ্চ’ৰ বাবে ইছলামাবাদত ব্যাপক উত্তেজনা।
Assamese জুবিনৰ মৃত্যুৰ তদন্ত: মুখ্যমন্ত্ৰী বনাম বিৰোধীৰ সংঘাতত ৰাজনীতিৰ উষ্ণতা তুংগত জুবিন গাৰ্গৰ ছিংগাপুৰত হোৱা ৰহস্যজনক মৃত্যুৰ তদন্তই এতিয়া ৰাজ্যৰ ৰাজনীতিত এক ডাঙৰ ভূমিকম্পৰ সৃষ্টি কৰিছে আৰু তদন্তক লৈ ৰাজ্যৰ ৰাজনীতিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।
Assamese জনজাতিকৰণৰ দাবীত কঁপিছে তিনিচুকীয়া,ৰাজপথত লাখ লাখ প্ৰতিবাদকাৰী... দীৰ্ঘদিনীয়া জনজাতিকৰণৰ দাবী আৰু অৰ্থনৈতিক সমস্যা সমাধানৰ দাবীত তিনিচুকীয়াত অস্থিৰতা । মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ সময়তে ১ লাখতকৈ অধিক লোকে বিশাল প্ৰতিবাদ সাব্যস্ত কৰে।