Advertisment

হাজাৰ বাধাকো নেওচি লক্ষ্যত উপনীত জ্যোতিকা

হাজাৰ প্ৰতিবন্ধকতাকো নেওচি লক্ষ্যত উপনীত হ’ল কাজিৰঙাৰ এগৰাকী যুৱতী। সীমা সুৰক্ষা বাহিনীৰ জোৱান হিচাপে নিযুক্তি লাভ কৰিলে কাজিৰঙাৰ দিৰিঙৰ জ্যোতিকা কুমাৰীয়ে। এখন সাধাৰণ চাহ দোকানেৰে পৰিয়াল পোহপাল দিয়া জ্যোতিকা কুমাৰীৰ সফলতাত গৌৰৱান্বিত পৰিয়ালবৰ্গ। 

Also Read: ৱৰ্ল্ড ইকনমিক ফ’ৰামত অংশ লোৱা প্ৰথমজন অসমীয়া হিমন্ত বিশ্ব শর্মা

ধৈৰ্য আৰু একাগ্ৰতাৰ বাবে হাজাৰ প্ৰতিবন্ধকতাকো নেওচি লক্ষ্যত উপনীত হ’বলৈ সক্ষম হ’ল কাজিৰঙাৰ এগৰাকী যুৱতী।

Also Read: মোৰো চিঞৰিবলৈ মন যায়। কিন্তু...। সামাজিক মাধ্যমত কি ক'লে গৰিমাই

Advertisment

 এখন সাধাৰণ চাহ দোকানেৰে পৰিয়াল পোহপাল দিয়া কাজিৰঙাৰ দিৰিঙৰ এটি পৰিয়ালৰকন্যা জ্যোতিকা কুমাৰী নিৰ্বাচিত হ’ল সীমা সুৰক্ষা বাহিনীৰ জোৱান হিচাবে৷

Also Read: 'মহিলাক চুমা দিয়াটো মোৰ জাতীয় দায়িত্ব'-অখিল গগৈ

সৰুৰে পৰা জ্যোতিকাৰ লক্ষ্য আছিল দেশ মাতৃৰ সেৱাত আত্মনিয়োগ কৰা৷ নিজৰ লক্ষ্যত উপনীত হ’বলৈ শিক্ষাৰ সামান্তৰালভাৱে আগবঢ়াই আহিছিল শাৰীৰিক অনুশীলন৷

Also Read: শিখা শৰ্মাক গ্ৰেপ্তাৰ

স্নাতক পৰ্যায়ত অধ্যয়নৰত জ্যোতিকাই আজৰি সময়ত পিতৃ-মাতৃৰ চাহৰ দোকানত আগবঢ়াই আহিছে সহযোগিতা। এতিয়া জ্যোতিকা কুমাৰীৰ সাফল্যত আনন্দিত পিতৃ-মাতৃৰ লগতে ওচৰ চুবুৰীয়া। 

Advertisment

Also Read: হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই নিৰ্বাচন খেলিবলৈ সাজু কংগ্ৰেছ নেত্ৰী

Advertisment
Advertisment