Assamese দেশজুৰি 'সেৱা পখৱাড়া' হিচাপে উদযাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ সংখ্যক জন্মদিন সমগ্ৰ দেশত লগতে অসমতো আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ সংখ্যক জন্মদিন উলহ-মালহেৰে ভাৰতীয় জনতা পাৰ্টিয়ে 'সেৱা পখৱাড়া' হিচাপে এই দিৱস পালন কৰিব।
Assamese অসমত প্ৰবল ভূমিকম্পৰ জোকাৰণি। ৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য। অসমত এক তীব্ৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। দেওবাৰে বিয়লি ৰাজ্যত অনুভূত ভূমিকম্পৰ জোকাৰণি। ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল ৫.৯। তেজপুৰ | উত্তৰ-পূৱ | অসম
অসম অসমত জন্মাষ্টমী: তাৰিখৰ ভিন্নতা কিয়? জন্মাষ্টমীৰ তাৰিখকলৈ দোমোজাত নেকি? অসম আৰু ভাৰতৰ আন ঠাইত কিয় ভিন্ন তাৰিখত হয় জন্মাষ্টমী? অসমৰ জন্মাষ্টমী আৰু ভাৰতৰ আন ঠাইৰ জন্মাষ্টমীৰ মাজত কিছুমান গুৰুত্বপূৰ্ণ পাৰ্থক্য আছে। অসমত জন্মাষ্টমী: তাৰিখৰ ভিন্নতা কিয়? জন্মাষ্টমীৰ তাৰিখকলৈ দোমোজাত নেকি? (assam)
Assamese 'বেজৰ নাকতে খৰ'... তেজপুৰত ৰক্ষক ৰূপী আৰক্ষী ল'লে ভক্ষকৰ ৰূপ তেজপুৰ খাকী পোচাকত লাগিল দাগ।ডকাইতি,ধন লুট মাৰপিট গুণ্ডামিত নামিল এইবাৰ তেজপুৰ আৰক্ষী। সদৌ অসম ছাত্ৰ সন্থাৰ বিস্ফোৰক অভিযোগ তেজপুৰ আৰক্ষীৰ বিৰুদ্ধে। (POLICE) উত্তৰ-পূৱ
Assamese শ্ৰীলংকা, বাংলাদেশৰ পিছত নেপাল গণঅভ্যুত্থানত যেতিয়া থানবান হৈ যায় চৰকাৰ.... ক্ৰমাগত মূল্যবৃদ্ধি, চৰকাৰী দুৰ্নীতি আৰু অৰ্থনৈতিক সংকটৰ বিৰোদ্ধে প্ৰতিবাদত থানবান তিনিখনকৈ দেশ। বাংলাদেশ, শ্ৰীলংকা আৰু নেপালত কৈ ব্যাপক জনসাধাৰণে প্ৰতিবাদ। ৰাজনীতি...
Assamese অসম বিটিআৰ নিৰ্বাচনৰ ইতিহাস আৰু ইয়াৰ প্ৰভাৱ অসমৰ ৰাজনৈতিক ইতিহাসত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলনিৰ্বাচনৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। অঞ্চলটোৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত এই নিৰ্বাচনসমূহে গভীৰ প্ৰভাৱ পেলাইছে। ৰাজনীতি | অসম
Assamese ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চী স্পনছৰ আৰু 'বদনাম': এক আকৰ্ষণীয় কাহিনী ভাৰতীয় ক্ৰিকেট দলৰ নতুন জাৰ্চিটো এতিয়া অনুৰাগীৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছে। এই জাৰ্চিটো স্পনছৰ বাবেও 'অশুভ' বুলিও কিছুমান অনুৰাগীয়ে বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছে ।
Assamese গুৱাহাটীত মহিলা বিশ্বকাপ ক্ৰিকেট : এক ঐতিহাসিক ক্ষণ সমাগত ৩০ ছেপ্টেম্বৰ ২০২৫ চনত অনুষ্ঠিত হ'বলগীয়া আইচিচি মহিলা বিশ্বকাপ ক্ৰিকেটৰ বাবে গুৱাহাটীয়ে এক গুৰুত্বপূৰ্ণ আয়োজক চহৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে। প্ৰথমবাৰৰ বাবে গুৱাহাটীত হ'ব বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী খেল।
Assamese গুৱাহাটীৰ বানপানী যেন এক নিৰৱচিন্ন গাথা যোৰাবাটৰ বান সমস্যা সমাধানৰ বাবে বছৰ বছৰ ধৰি দাবী উত্থাপন কৰি আহিছে সকলোৱে। কিন্তু যোৰাবাটৰ বান সমস্যা সমাধানৰ ক্ষেত্ৰত অৱশেষত মেঘালয়ৰ ওচৰত হাত দাঙিলে অসম চৰকাৰে। (Politics, Northeast, Assam)
Assamese ইথানলযুক্ত তেল, নিৰ্ভৰশীলতা আৰু ইয়াৰ ভবিষ্যৎ ভাৰত চৰকাৰে উন্নয়নৰ বাবে আমদানীকৃত তেলৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস আৰু কাৰ্বন নিগমন কমোৱাৰ বাবে ইথানল মিশ্ৰণক সক্ৰিয় ভাবে প্ৰচাৰ কৰিছে। পেট্ৰ'লৰ নামত কি ভৰাইছে আপুনি জানেনে ? আপোনাৰ দুচকীয়া বা চাৰিচকীয়া বাহনত ইথানেলযুক্ত পেট্ৰ’লে বাহনৰ ক্ষতি কৰিব নেকি?