Assamese 'সমগ্ৰ বিশ্বৰ পৰা জুবিনে লাভ কৰা মৰম, বিশ্বাসৰ কোনো সীমা নাই'। মহান শিল্পী জুবিন গাৰ্গৰ চিৰপ্ৰস্থান। 'চিৰবিদায় জুবিন'। ঈশ্বৰে অসমক এই দুখ সহিবলৈ শক্তি দিয়ক। আমি আমাৰ জীৱনত এনেকুৱা যুগান্তকাৰী বিদায় দেখা নাই। জনতাই জুবিনৰ চিতাৰ প্ৰতিটো ফিৰিঙতিৰ সৈতে জুবিনৰ গান গাই আছে।'
Assamese আজি পঞ্চভূতত বিলীন হ'ব সংগীতৰ ৰজা মায়াবিনীৰ স্ৰষ্টাই আজি পৰিয়াল, আত্মীয় আৰু হাজাৰ হাজাৰ অনুৰাগীৰ উপস্থিতিত বিলীন হ'ব পঞ্চভূতত। আজি সোণাপুৰৰ কমাৰকুছিত জীৱনৰ অন্তিমখন মঞ্চত উঠিব প্ৰাণৰ শিল্পী।
Assamese GMCHত সম্পন্ন জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা দ্বিতীয়বাৰৰ বাবে সম্পন্ন হয় হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা৷ AIIMSৰ চিকিৎসকৰ উপস্থিতিত মৰণোত্তৰ পৰীক্ষা সম্পন্ন হয় অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীৰ।
Assamese কোনে কৰিব মৰমৰ, হেঁপাহৰ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মুখাগ্নি? মংগলবাৰে পঞ্চভূতত বিলীন হ'ব অসমীয়াৰ জুবিন গাৰ্গ। কমাৰকুছিত ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ শেষকৃত্যৰ বাবে চলাইছে প্ৰস্তুতি। ৰাষ্ট্ৰীয় মৰ্যাদাৰে বিদায় জনোৱা হ'ব প্ৰাণৰ শিল্পীগৰাকীক।
Assamese ৰাজ্যৰ ভিন্ন প্ৰান্তত এজাহাৰ, শীঘ্ৰেই গ্ৰেপ্তাৰ হ’ব পৰা তালিকাত কোন কোন? এটা কফিনৰ ভিতৰত নীৰৱে শুই আছে জুবিন গাৰ্গ। হাজাৰ চেষ্টা কৰিও অসমীয়াই আৰু জগাব নোৱাৰিলে প্ৰাণৰ শিল্পীক। জুবিন নামৰ সত্বাটোক অসমীয়াই কেতিয়াও পাহৰিব নোৱাৰে। সাগৰ তলিত শুবৰে মন বুলি গান গোৱা জুবিনে সাগৰতেই ললে জীৱনৰ অন্তিমটো উশাহ।
Assamese আৰু কিছু বেলি দেখা দিবা নেকি...সৰুসজাইত নীৰৱে শুই আছে জুবিন গাৰ্গ সৰুসজাইত নীৰৱে শুইছে জুবিনে। জুবিন গাৰ্গক প্ৰতিজন অসমীয়াই আজি মায়াবিনী গাই জগাবলৈ চেষ্টা কৰিছে। কিন্তু জীৱনৰ ৫২ টা বসন্তৰ ভাগৰ জিৰাবলৈ চিৰকাললৈ শুই গ'ল জুবিন গাৰ্গ।
Assamese অসমভূমিত অসম আৰু অসমীয়াৰ জুবিন গাৰ্গ অনুৰাগীৰ অধীৰ অপেক্ষাৰ অন্তত অসম পালেহি সকলোৰে প্ৰাণৰ, হেঁপাহৰ, মৰমৰ জুবিন গাৰ্গ। কিন্তু এতিয়াও জুবিন গাৰ্গ যে নাই সেই কথা মানি লব পৰা নাই কোনো অসমীয়াই।
Assamese বিশ্ব বিজয়ী জুবিন। কি নাম দিম তোমাৰ জীনৱীক? মৃত্যুও এটা শিল্প। জুবিন আৰু নাই। জুবিনৰ মৃত্যুও যেন এক শিল্প। জুবিনৰ উভতি নহাৰ বাটেৰে গুচি গ'ল অসমৰ মৰমৰ জুবিন। জুবিনলৈ শ্ৰদ্ধাঞ্জলি জনাই জুবিনৰ জীনৱীৰ কিছু আলোকপাত।
Assamese আকৌ আহিব নে জুবিন? জুবিনৰ মৃত্যু জানো হ'ব পাৰে? জুবিন আৰু নাই। হঠাৎ অসম কঁপাই যোৱাকৈ ছিংগাপুৰৰ পৰা এটা খবৰ। যিগৰাকী শিল্পীৰ প্ৰতি কত সহস্ৰ অনুৰাগী দোৱা-প্ৰাৰ্থনা আছে সেইগৰাকী শিল্পী নাই বুলিয়েই নোহোৱা হৈ যাব পাৰেনে? গুৱাহাটী যোৰহাট শিলচৰ
Assamese বতৰে ল’ব পাৰে কালৰূপ! জনসাধাৰণলৈ কি আহ্বান প্ৰশাসনৰ? ৰাজ্যত প্ৰকৃতিয়ে লৈছে কালৰূপ। বতাহ-বৰষুণৰ মাজতে ভূমিকম্প, ভূমিস্খলন আৰু ঠায়ে ঠায়ে ভদীয়া বানৰ তাণ্ডৱ। ৰাজ্যৰ কেইবাখনো জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী জাৰি।