Assamese 'সমগ্ৰ বিশ্বৰ পৰা জুবিনে লাভ কৰা মৰম, বিশ্বাসৰ কোনো সীমা নাই'। মহান শিল্পী জুবিন গাৰ্গৰ চিৰপ্ৰস্থান। 'চিৰবিদায় জুবিন'। ঈশ্বৰে অসমক এই দুখ সহিবলৈ শক্তি দিয়ক। আমি আমাৰ জীৱনত এনেকুৱা যুগান্তকাৰী বিদায় দেখা নাই। জনতাই জুবিনৰ চিতাৰ প্ৰতিটো ফিৰিঙতিৰ সৈতে জুবিনৰ গান গাই আছে।'
Assamese বিশ্ব বিজয়ী জুবিন। কি নাম দিম তোমাৰ জীনৱীক? মৃত্যুও এটা শিল্প। জুবিন আৰু নাই। জুবিনৰ মৃত্যুও যেন এক শিল্প। জুবিনৰ উভতি নহাৰ বাটেৰে গুচি গ'ল অসমৰ মৰমৰ জুবিন। জুবিনলৈ শ্ৰদ্ধাঞ্জলি জনাই জুবিনৰ জীনৱীৰ কিছু আলোকপাত।
Assamese আকৌ আহিব নে জুবিন? জুবিনৰ মৃত্যু জানো হ'ব পাৰে? জুবিন আৰু নাই। হঠাৎ অসম কঁপাই যোৱাকৈ ছিংগাপুৰৰ পৰা এটা খবৰ। যিগৰাকী শিল্পীৰ প্ৰতি কত সহস্ৰ অনুৰাগী দোৱা-প্ৰাৰ্থনা আছে সেইগৰাকী শিল্পী নাই বুলিয়েই নোহোৱা হৈ যাব পাৰেনে? গুৱাহাটী যোৰহাট শিলচৰ
Assamese হেঁপাহ প্ৰিয় অভিনেতাক ওচৰৰ পৰা চোৱাৰ। কিন্তু নিৰাশ মনে উভতিল দৰ্শক! কলিয়াবৰত থিয়েটাৰ বীণাপাণিৰ প্ৰথম নিশাৰ নাট মঞ্চস্থৰ পূৰ্বে প্ৰেক্ষাগৃহত লাগিল অথন্তৰ। বীণাপাণি থিয়েটাৰৰ কাণ্ডজ্ঞানহীনতাৰ বাবে নিৰাশ মনেৰে ওভতিল নাট্যপ্ৰেমী দৰ্শক!
Assamese ২-১১ ছেপ্টেম্বৰলৈ যোৰহাটৰ NCC একাডেমীত ৬৪ অসম বেটেলিয়ন এন চি চি, যোৰহাটৰ সংযুক্ত বাৰ্ষিক প্ৰশিক্ষণ শিবিৰ যোৰহাটৰ NCC একাডেমীত ৬৪ অসম বেটেলিয়ন NCCৰ সংযুক্ত বাৰ্ষিক প্ৰশিক্ষণ শিবিৰ। ৩৮২গৰাকী NCC কেডেটৰ অংশগ্ৰহণেৰে ছেপ্টেম্বৰ পৰা ১১ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হৈছে এই প্ৰশিক্ষণ শিবিৰ।
Assamese অভিশপ্ত ৮ ছেপ্টেম্বৰ, ৪টা বছৰ পাৰ কৰিলে নিমাতী ঘাটৰ ফেৰী দুৰ্ঘটনাই ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰাণৰ মমতাত জঁপিয়াই সাতুৰি জীৱন ৰক্ষা কৰিছিল বহু যাত্ৰীয়ে। বৰ লুইতৰ বুকুত সেইদিনা শুনিবলৈ পোৱা গৈছিল জীৱন বিচাৰি বহুতৰে আৰ্তনাদ।