Assameseপ্ৰচণ্ড শীতে কঁপাব পাৰে ৰাজ্য, ২২খন জিলাত য়েল্ল' এলাৰ্ট জাৰিৰাজ্যত সলনি হ'ব পাৰে বতৰ। নৱবৰ্ষৰ আৰম্ভণিতে ৰাজ্যত বতৰৰ ৰূপ সলনি হোৱাৰ আশংকা কৰা দেখা গৈছে। প্ৰচণ্ড শীতে কঁপাব পাৰে সমগ্ৰ ৰাজ্য। ঘন কুঁৱলীৰ লগতে বতাহ-বৰষুণৰ আশংকা।Jyotiprasad Sarma Jan 05, 2026 11:44 ISTপ্ৰচণ্ড শীতে কঁপাব পাৰে ৰাজ্য২২খন জিলাত য়েল্ল' এলাৰ্ট জাৰিসাৱধান! ভূমিকম্পৰ পিছতে প্ৰচণ্ড শীতে কঁপাব পাৰে ৰাজ্য। ৰাজ্যৰ ২২খন জিলাত য়েল্ল' এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। Advertismentৰাজ্যত সলনি হ'ব পাৰে বতৰ। নৱবৰ্ষৰ আৰম্ভণিতে ৰাজ্যত বতৰৰ ৰূপ সলনি হোৱাৰ আশংকা কৰা দেখা গৈছে। প্ৰচণ্ড শীতে কঁপাব পাৰে সমগ্ৰ ৰাজ্য। ঘন কুঁৱলীৰ লগতে বতাহ-বৰষুণৰ আশংকা। উজনি-নামনি সকলোতে বতৰে পেলাব পাৰে প্ৰভাৱ। ৰাজ্যৰ ২২খন জিলাত য়েল্ল' এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। Also Read: মৰিগাঁৱত দুগৰাকী লোকৰ কৰুণ মৃত্যুসোমবাৰে পুৱতি নিশা ৪.১৭ বজাত অনুভূত হোৱা ভয়ংকৰ ভূমিকম্পৰ পাছতেই ৰাজ্যত বতাহ-বৰষুণৰ আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ভূমিকম্পৰ পিছতে প্ৰচণ্ড শীত পৰাৰ সম্ভাৱনা ৰাজ্যত। ৰাজ্যৰ ২২খন জিলাত য়েল্ল' এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। Also Read: পুৱতি নিশা কঁপি উঠিল ধৰিত্ৰী। ৫.১ প্ৰাবল্যই জোকাৰি গ'ল ৰাজ্যকোন কোন জিলাত য়েল্ল' এলাৰ্ট জাৰি?ধুবুৰী, কোকৰাঝাৰত বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট জাৰি চিৰাং, বঙাইগাঁৱতো এলাৰ্ট জাৰিগোৱালপাৰা, বৰপেটাতো এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰবজালী, বাক্সাতো এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰনলবাৰী, তামুলপুৰত এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰওদালগুৰি শোণিতপুৰতো জাৰি এলাৰ্টAlso Read: আহি গ'ল প্ৰাৰ্থী তালিকা! কোনকেইটা সমষ্টিত নিৰ্বাচন খেলিব অজাপই?শ্ৰীভূমি, কাছাৰ, হাইলাকান্দিতো এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰগোলাঘাটতো এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰযোৰহাট, শিৱসাগৰতো এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰমাজুলী, ধেমাজিতো জাৰি এলাৰ্টডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়াতো এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰAdvertismentAdvertisment Read the Next Article