Assameseআদালতত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গআজি আদালতত জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি। সত্ৰ ন্যায়াধীশৰ আদালতত হ’ব গোচৰটোৰ তৃতীয়টো শুনানি। তৃতীয়টো শুনানিৰ বাবে সকলো পক্ষকে গোচৰৰ নথি প্ৰদানৰ নিৰ্দেশ আদালতৰ।Jyotiprasad Sarma Jan 03, 2026 12:03 ISTআদালতত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গআজি আদালতত জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি। সত্ৰ ন্যায়াধীশৰ আদালতত হ’ব গোচৰটোৰ তৃতীয়টো শুনানি। তৃতীয়টো শুনানিৰ বাবে সকলো পক্ষকে গোচৰৰ নথি প্ৰদানৰ নিৰ্দেশ আদালতৰ। ৭ অভিযুক্তৰ বিৰুদ্ধে আৰোপ কৰা হ’ব গোচৰৰ অভিযোগ। নিৰাপত্তাজনিত কাৰণত ভাৰ্চুৱেলী আদালতত হাজিৰ হ’ব পাৰে ৭ অভিযুক্ত। AdvertismentAlso Read: কয়দীবিহীন এখন কাৰাগাৰউল্লেখযোগ্য যে, বাক্সাৰ নিকাচি কাৰাগাৰত বন্দী হৈ আছে জুবিন হত্যাৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, সন্দীপন গার্গ। ইফালে হাফলঙৰ কাৰাগাৰত কাৰাবন্দী হৈ আছে শেখৰজ্যোতি গোস্বামী, অমৃতপ্রভা মহন্ত৷ জুবিন গাৰ্গৰ দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাও বন্দী হৈ আছে বাক্সাৰ নিকাচিস্থিত কাৰাগাৰত।Also Read: জুবিনৰ সপোন আগুৱাই নিবলৈ উচৰ্গা হ'ল খাৰঘূলিৰ ঘৰইফালে, জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ তৃতীয়টো শুনানিৰ দিনটোতে আদালতত উপস্থিত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। আদালতত উপস্থিত হৈয়ে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য- ‘ক্ষিপ্ৰতাৰে উচিতভাৱে ন্যায় প্ৰতিষ্ঠা হওক’। ন্যায় পাম বুলি আমি আশাবাদী বুলিও মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ। ন্যায়ৰ আশাৰেআদালতত জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ।Also Read: কি হৈৰাই গৈছে? কোটি কোটি বছৰ পূৰ্বে কি আছিল এন্টাৰ্কটিকাত?AdvertismentAdvertisment Read the Next Article